অসমলাফিকুল

লাফিকুল ইছলামৰ হত্যাৰ গৰিহণা কলিতা জনগোষ্ঠী সন্মিলন

প্ৰথম খবৰ, তামুলপুৰ: এবিএমছুৰ সভাপতি লাফিকুল ইছলামক দুৰ্বৃত্তই হত্যা কৰা কাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিছে কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ সাধাৰণ সম্পাদক ডাঃ ৰমেন কুমাৰ কাকতিয়ে। প্ৰথম খবৰলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত হত্যাৰ দৰে জঘন্য কাণ্ড কৰা দোষীক অনতি পলমে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে ডাঃ ৰমেন কুমাৰ কাকতিয়ে।

Related Articles

Leave a Reply

Close