অসম

লাহৰীঘাটত অপহৃত কিশোৰ উদ্ধাৰ

প্ৰথম খবৰ,লাহৰীঘাট: আজি মৰিগাওঁ জিলাৰ লাহৰীঘাটত এজন দূৰ্বৃত্তৰ দ্বাৰা অপহৃত কিশোৰ উদ্ধাৰ হয় ৷ উদ্ধাৰ হোৱা কিশোৰ জনৰ নাম ইফতিকাৰ হুছেইন(১৪) ৷ ঘৰ নগাওঁ জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত জাৰামাৰী গাঁৱত ৷ লংকা আদৰ্শ ইংলিছ একাডেমীৰ নৱম শ্ৰেণীৰ ছাত্ৰ অপহৃত কিশোৰ জন ৷ বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি আহোতে লংকা বাছ আস্থানৰ পৰা ইণ্ডিকা গাড়ীৰে অপহৰণ কৰি আনিছিল কোনোবা দুৰ্বৃত্তই ৷

Related Articles

Leave a Reply

Close