অসমবানপানী ২০১৭শীৰ্ষ

শদিয়াত বান বিধ্বস্ত ঠাই পৰিভ্ৰমণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

প্ৰথম খবৰ, শদিয়া: আজি অসমৰ মুখ্যমন্ত্ৰী সোণোৱালে শদিয়া মহকুমাৰ বান বিধ্বস্ত ঠাইসমূহ পৰিদৰ্শন কৰাৰ লগতে শদিয়া পাঁচমাইল প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত বানপীড়িত লোকসকলক সাক্ষাৎ কৰি খাদ্য-সামগ্ৰী বিতৰণ কৰে। তাৰপিছতে পাঁচমাইলৰ কুণ্ডিল নদীৰ খহনীয়া আৰু আঠমাইল পকী দলঙৰ ওচৰত কুনদিল নদীৰ খহনীয়া পৰিদৰ্শন কৰে। লগতে মুখ্যমন্ত্ৰীয়ে শদিয়া অমৰপুৰ আৰু জোনাইৰ মাজত যোগাযোগ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।

Related Articles

Leave a Reply

Close