অসম

শিৱসাগৰৰ যুৱক নিৰুদ্দেশ

প্ৰথম খবৰ,গৌৰীসাগৰ: শিৱসাগৰ নগৰৰ সমীপৰ মৰনৈ কিনাৰ গাৱৰ প্ৰিতম দত্ত নামৰ ২৪বছৰীয়া যুৱকজন কালি সন্ধিয়া ৭.৩০বজাত ঘৰৰ পৰা ওলাই অহা পাছৰে পৰা নিৰুদ্দেশ হৈ অাছে। হাফ জিনছ পেণ্ট অাৰু কলা টি চাৰ্ট পিন্ধি ওলাই যোৱা যুৱকজনক কোনোৱাই প্ৰত্যক্ষ কৰিলে তৎক্ষণাত ৯৯৫৪৯৮৬৪২৩ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Close