অসম

শোণিতপুৰ আপকুত খহনীয়া

প্ৰথম খবৰ, ঢেকীয়াজুলি: আপকুৰ জিলা সম্পাদক নাৰায়ণ ফয়েলৰ স্বৈৰাচাৰী কাৰ্যকলাপৰ প্ৰতিবাদ জনাই আপকুৰ ঢেকীয়াজুলিস্থ তিনিজন সদস্য নিপন সন্দিকৈ, অমিত বনিক আৰু বিমলজ্যোতি নাথে আজি আপকু ত্যাগ কৰি সদৌ অসম সাংবাদিক সন্থাত যোগদান কৰে।

Related Articles

Leave a Reply

Close