অসমশীৰ্ষ

সোণাৰিত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তী দাহ

প্ৰথম খবৰ, সোণাৰি: সোণাৰিত টাই আহোম যুৱ পৰিষদে দাহ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তী। অসম প্ৰতি কোনো অৱদান নথকা দীনদয়ালৰ নামত মহাবিদ্যালয় মুকলি কৰাৰ বাবেই এই প্ৰতিবাদ। বিজেপি চৰকাৰক বৰ্জনৰ হুংকাৰ টাইপাৰ।

Related Articles

Leave a Reply

Close