অসম

ৰহাত জাপানিজ এনকেফ্লেটাইছৰ ব্যাপক প্ৰাৰ্দুভাৱ

প্ৰথম খবৰ, চাপৰমুখ: বৃহত্তৰ ৰহা অঞ্চলত জাপানিজ এনকেফেলাইটিছৰ ব্যাপক প্ৰাৰ্দুভাৱ দেখা পোৱা গৈছে। ইতিমধ্যে ৰহানগৰৰ সমীপৰ ৰহাচকীৰ ৰুদ্ৰ বৰা নামৰ ব্যক্তিজনে প্ৰাণ হেৰুৱাইছে। ইয়াৰ উপৰিও কটহগুৰি, পেটবহা, কাকতি গাঁও আদি অঞ্চলৰ কেইবাজনো লোক আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰে কটহগুৰিৰ দ্ৰপেশ্বৰ গাঁওখোৱা অৱস্থা সংকটজনক। তেওঁ বৰ্তমান গুৱাহাটীৰ দিছপুৰ হাস্পতালৰ আই.চি,ঙ.ইউ ত চিকিৎসাধীন। ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ।

Related Articles

Leave a Reply

Close