অসম

ৰহাত পথ দুৰ্ঘটনা : নিহত ১

প্ৰথম খবৰ,ৰহা: ৰহাৰ দীঘলীয়াআটিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা । ৰাষ্ট্ৰীয় পথত ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা এম্বুলেঞ্চৰ । এজন নিহত । তিনিজনৰ অৱস্থা সংকটজনক । থিতাতে নিহত মুস্তাফা আহমেদ নামৰ লোকজন । নিহত ব্যক্তিজনৰ ঘৰ নগাঁও জিলাৰ ৰূপহী অৰুণাৰ কুমাৰ গাঁৱত ।

Related Articles

Leave a Reply

Close