অসম

ৰাজ্যত তুংগত উঠিছে দীনদয়াল উপাধ্যায় বিতৰ্ক

প্ৰথম খবৰ, বকো: ৰাজ্যৰ বহুকেইখন মহাবিদ্যালয় দীনদয়াল উপাধ্যায়ৰ নামত চৰকাৰে উছৰ্গা কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদত কামৰূপ জিলাৰ বকোত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে বৃহত্তৰ অসমীয়া মহিলা মঞ্চ নামৰ সংগঠনৰ বকো আঞ্চলিক সমিতিয়ে। বকোৰ মাজমজিয়াত হিমন্তৰ পুত্তলিকা লৈ সমদল উলিওৱা হয়। চৰকাৰৰ এনে অসম বিৰোধী সিদ্ধান্ত কোনো দিনে মানি নলয় বুলি হুংকাৰ দিয়ে সংগঠনটোৱে।

Related Articles

Leave a Reply

Close