অসমশীৰ্ষ

ঢকুৱাখনাত পেলুৰ দৰৱ খাই অসুস্থ ছয় ছাত্ৰ

প্ৰথম খবৰ, ঢকুৱাখনা: চাৰিকড়ীয়া মধ্য ইংৰাজী বিদ্যালয়ত ঔষধ খাই অসুস্থ হোৱা ছাত্ৰ কেইজন হ’ল দীপাংকৰ ভৰালী, বিশ্বজিত দাস, মনোজ দাস, নয়ন নীলিম দাস, জ্যোতিস্মান দাস, ৰাহুল দাস।ছাত্ৰ কেইজন ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন।

Related Articles

Leave a Reply

Close