অসম

ডিৰাক চাৰিআলিত পথ দূৰ্ঘটনা

প্ৰথম খবৰ, ডিৰাক: কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিৰাক চাৰিআলিত আবেলি ২.২০ মিনিটত এক পথ দূৰ্ঘটনা সংঘটিত হয়।

পথাৰ পৰা ভূই ৰুই অহা এগৰাকী মহিলাক একে দিশৰ পৰা এখন মটৰ চাইকেলেৰে খুন্দা মাৰে।

ফলত গুৰুত্বভাৱে আহত হয় চালক আৰু মহিলাগৰাকী। আহত ব্যক্তি কেইজনক ১০৮ সেৱা জৰিয়তে কাকপথাৰ প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

Related Articles

1 thought on “ডিৰাক চাৰিআলিত পথ দূৰ্ঘটনা”

  1. কামপুৰ ০১/০৮/২০১৭: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ ৰ দিনাই কঠিয়াতলী ব্লক যুৱ কংগ্ৰেছে কামপুৰ ৰাজহ চক্ৰ বিষয়াৰ যোগেদি প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ কামপুৰ চেনিকল উদ্যোগ তো পুনৰ জীয়াই তুলিবলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । বঢ়মপুৰ সমষ্টি যুৱ কংগ্ৰেছ ৰ সাধাৰণ সম্পাদক ভাস্কৰ জ্যোতি বৰাই স্থানীয় বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই বিগত ২৫ বছৰে বিধায়ক হৈ সমষ্টিৰ উন্নয়ন ৰ ক্ষেত্রত যি উদাসীন চৰিত্ৰ লৈ আছে এই বন্ধ হৈ পৰা উদ্যোগ তো তাৰেই জলন্ত উদাহৰণ বুলি স্পষ্ট কৰি কয় । কঠিয়াতলী ব্লক যুৱ কংগ্ৰেছেে ২০ দিনৰ ভিতৰত প্ৰধানমন্ত্ৰী ৰ পৰা এইক্ষেত্ৰত যোগাত্মক সঁহাৰিৰে মতামত আশা কৰিছে ।

Leave a Reply

Close