অসম

হালাকুৰা ব্লক স্বাস্থ্যকেন্দ্ৰত আশাকৰ্মীৰ ধৰ্ণা

প্ৰথম খবৰ, হালাকুৰা: হালাকুৰা ব্লক স্বাস্থ্যকেন্দ্ৰত আশাকৰ্মীবিলাকে আজি কিছুমান দাবী জনাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁলোকৰ মূলদাবীসমূহ আছিল ধুবুৰী জিলাৰ সমূহ আশাকৰ্মীৰ চাকৰি নিয়মীয়াকৰণ কৰা আৰু মাহিলী দৰমহা বৃদ্ধি কৰা ।

Related Articles

Leave a Reply

Close