অসম

বানাক্ৰান্তৰ পৰিস্থিতৰ বুজ ল’লে পীজুছ হাজিৰকাই

প্ৰথম খবৰ, মায়ং: জাগীৰোড সমষ্টিৰ বিধায়ক পীজুছ হাজৰিকাই আজি পুনৰ মায়ং ৰাজহচক্ৰৰ অন্তৰ্গত পকৰিয়া মৌজাৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শণ কৰে।কেইবাটাও আশ্ৰয় শিবিৰত নিজাববিয়াকৈ বান সাহাৰ্য বিতৰণ কৰে।প্ৰথমে মেচিন চালিত নৌকাৰে তাৰ পাছত সৰু নৌকাৰে ভিতৰুৱা অঞ্চলবোৰৰো বুজ লয়।

Related Articles

Leave a Reply

Close