অসম

ছিপাঝাৰত ব্ৰজ পাতত দুজন নিহত: আহত ৪ জন

প্ৰথম খবৰ, ছিপাঝাৰ: ছিপাঝাৰত ১নং ধলপুৰত বজ্ৰপাত পৰি দুজন থিততে নিহত হয়৷ নিহত দুজন আজগড় আলি¸আৰু চাইফুদ্দিন আহমেদ ।গুৰুতৰভাৱে আহত আন চাৰিজন লোক হাটেম আলী, মুছলিম আলী, চাইৰুদ্দিন আলী, মহিৰুদ্দিন৷অতি সংকট অবস্থাত আহত কেইজনক ছিপাঝাৰ স্বাস্থ কেন্দ্ৰত ভৰ্তি কৰা হয়৷মাছ মাৰিবলৈ যাওতে উক্ত ঘটনা সংঘটিত হয়৷

Related Articles

Leave a Reply

Close