অসম

লামডিং ষ্টেচনত বৃহৎ পৰিমাণৰ সুৰা জব্দ

প্রথম খবৰ, লামডিং: বৃহস্পতি বাৰে লামডিং ৰে’ল  ষ্টেচনত লামডিং ৰেল আৰক্ষী  উদ্ধগামী অভদ অসম ট্ৰেইনৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে।  ট্ৰেইনখনৰ স্লিপাৰে ডবাত  দুখন গৰাকীবিহীন বেগত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছে সুৰাখিনি। লামডিং ৰেল আৰক্ষী ৰ নিয়মীয়া তালাচীত উদ্ধাৰ সুৰা খিনি।

Related Articles

Leave a Reply

Close