অসম

ওৰাঙত শিক্ষক দিৱস পালন

প্ৰথম খবৰ, ওৰাং: ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱৰ আজি পবিত্র জন্মদিনত সমগ্ৰ দেশবাসীয়ে শিক্ষক দিৱস পালন কৰাৰ সময়ত ওৰাঙতো স্কুল – কলেজ সমূহত শিক্ষক দিৱস পালন কৰা হয়। ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা জীৱন গঢ়ি তোলা সন্মানীয় শিক্ষাগুৰু সকলক সন্মান জনাই ছাত্ৰ-ছাত্ৰী সকলে ওৰাঙৰ নিজ নিজ শিক্ষানুষ্ঠান সমূহত শিক্ষক দিৱস পালন কৰাৰ লগতে ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা কনিষ্ঠ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষক দিৱস পালন কৰে।

Related Articles

Leave a Reply

Close