অসমশীৰ্ষ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃত্যু

প্ৰথম খবৰ, কাজিৰঙা: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ বৰদলনী বনশিবিৰ এলেকাত মৃত গঁড় উদ্ধাৰ। উল্লেখ্য যে বৰদলনী বনশিবিৰৰ বনকৰ্মীয়ে নিয়মীয়া তহল দি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃত গঁড়টোক। মৃত মাইকী গঁড়জনী আন গঁড়ৰ লগত যুঁজৰ ফলত গঁড় জনীৰ মৃত্যু হোৱা বুলি জানিব দিছে বনবিভাগে। গঁড় জনীৰ খৰ্গ উদ্ধাৰ কৰা হৈছে। আনহাতে একাংশই গঁড় জনীৰ মৃত্যু ৰহস্যজনক বুলি মন্তব্য কৰে।

Related Articles

Leave a Reply

Close