অসম

কামপুৰৰ দুৰ্গা পূজাত ব্যতিক্ৰমী অনুষ্ঠান: ৰাৱণ বধ ভাওঁনা প্ৰৰ্দশন

কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা, প্ৰথম খবৰ: দুৰ্গোসৱৰ আনন্দ উল্লাসৰ মাজতে কামপুৰৰ এখন দুৰ্গোৎসৱ উদযাপন সমিতিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যান্য সৃষ্টি অংকীয়া ভাওঁনা ৰাৱণ বধ প্ৰৰ্দশন কৰে। উল্লেখ্য যে, কামপুৰৰ নাৰিকল বজাৰত প্ৰতিবছৰে ব্যতিক্ৰমী ৰূপত দুৰ্গাপূজা অনুষ্ঠিত কৰি আহিছে। এইবেলিও কামপুৰৰ নিজ কামপুৰ গাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰে ৰাৱণ বধ ভাওঁনা। ভাওঁনাখন উদ্ধোধন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই।

Related Articles

Leave a Reply

Close