অসম

কোছ ৰাজবংশী ছাত্ৰ সন্থাৰ ৪৮ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ ওৰাঙত

প্ৰথম খবৰ, ওৰাং: কোছ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতি কৰণৰ লগতে ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত আক্ৰাছুৰ ৪৮ ঘণ্টীয়া অসম বন্ধৰ আজি দ্বিতীয় দিনাও ওৰাঙত আংশীক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। ওৰাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ থাকে যদিও শিক্ষানুষ্ঠানসমূহ খোলা থকাৰ লগতে ওৰাঙৰ মাজেৰে পাৰ হৈ যোৱা ১৫নং ৰাষ্ট্রীয় ঘাই পথেৰে যান-বাহনৰ চলাচল অব্যাহত থাকে।

Related Articles

Leave a Reply

Close