অসম

গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে উদ্ভৱ বৰাই

নিউজ ডেস্ক, প্ৰথম খবৰ: যোৱা ২৩ আৰু ২৪ ছেপ্তেম্বৰত গুৱাহাটীৰ পাঞ্জাবাৰী শিল্প গ্ৰাম অ’ডিটিৰেয়ামত অনুষ্ঠিত চাইনিজ চাউলিন কুংফু ফেডাৰেচনৰ আৰু সদৌ অসম মনচুৰীয়া কুংফু একাডেমী অধীনত অনুষ্ঠিত প্ৰতিযোগিতাত গহপুৰৰ জয়পুৰৰ উদ্ভৱ বৰাই সোণৰ পদক লাভ কৰি গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে।

Related Articles

Leave a Reply

Close