অসমশীৰ্ষ

চৰাইদেউত পুনৰ ডাইনীৰ আতংক

প্ৰথম খবৰ, সোণাৰি:  সোণাৰিৰ কাষৰীয়া সাপেখাতীত ডাইনী সন্দেহত এগৰাকী যুৱতীক ওৰে নিশা অত্যাচাৰ। শালকাঠনী চাহ বাগিচাৰ নীহাৰিকা ভূমিজক কেৰাচিন ঢালি জ্বলাই দিয়াৰো চেষ্টা কৰিছিল একাংশ অন্ধবিশ্বাসী লোকে। স্থানীয় এঘৰত বান্ধি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰে সাপেখাতী আৰক্ষীয়ে ।

Related Articles

Leave a Reply

Close