অসম

চৰাইদেউ প্ৰেছ গীল্ডত বিশ্বকৰ্মা পূজা

প্ৰথম খবৰ, সোণাৰি: উজনি অসমৰ অন্যতম বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সাংবাদিক সকলৰ উমৈহতীয়া সাংবাদিক মঞ্চ চৰাইদেউ প্ৰেছ গীল্ডৰ কাৰ্যালয়ত শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উলহ মালহেৰে আয়োজন কৰা হ’ল।

চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা অসমৰ কাকত আলোচনী আৰু চেনেলত কৰ্মৰত সাংবাদিকসকলৰ বাবে জিলা সদৰ সোণাৰিৰ নামতোলা পথৰ বজৰং হোটেলৰ তৃতীয় মহলাত থকা গীল্ডৰ কাৰ্যালয়ত পুৱাৰে বিশ্বকৰ্মা পূজা আয়োজন কৰা হয়।

Related Articles

Leave a Reply

Close