অসম

ছাত্ৰ মুক্তিৰ অভিনৱ প্ৰতিবাদ শিমলুগুৰিত

শিমলুগুৰিৰ পৰা নেকিবুল হক প্ৰথম খবৰ: কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত সাধাৰণ সম্পাদক ৰাজু চেতিয়া ফুকনৰ নেতৃত্বত লগতে সংগঠনৰ কৰ্মীসকলে বিজেপি মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, কৃষক নেতা অখিল গগৈক মুক্তি দিয়ক আদি বিভিন্ন শ্লগানেৰে উত্তাল কৰিলে শিমলুগুৰি।

Related Articles

Leave a Reply

Close