অসমবানপানী ২০১৭শীৰ্ষ

ছয়দুৱাৰ মহাবিদ্যালয়ৰ সন্মুখৰ ৰাষ্ট্ৰীয় পথেৰে আজিও বৈ আছে মৰা চত্ৰং

নিউজ ডেস্ক, প্ৰথম খবৰ: গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ওপৰেদি বৈছে মৰা চত্ৰং নৈ। ভাৰতীয় ষ্টেট বেংকৰ বালিজান শাখাৰ সন্মুখেদি আৰু গহপুৰ আদৰ্শ শিশু বিদ্যালয়-গহপুৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ মাজেৰে বৈ আছে পানীৰ সোঁত। জীয়াতু ভুগিছে মহাবিদ্যালয় আৰু বিদ্যালয় দুখনৰ ছাত্র ছাত্রী ৰ লগতে ভুক্ত ভোগী ৰাইজ।

Related Articles

Leave a Reply

Close