বিনোদনৰাষ্ট্ৰীয়

ডহক বনাম পিটবুল

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ববিখ্যাত ৰেপাৰ পিটবুলৰ কথা আপোনালোকে জানে। হয়তো বহুতৰে প্ৰিয় গায়কৰ তালিকাৰ প্ৰথম স্থানত আছে পিটবুলৰ নাম।
কিন্তু ভাৰততো আছে পিটবুল। পঞ্জাৱৰ গায়ক তথা ৰেপাৰ দহকক বহুজনেই “দেশী পিটবুল” বুলি আখ্যা দিছে। কাৰণ তেওঁ দেখিবলৈ পিটবুলৰ সতে একে আৰু গায়কী ষ্টাইলটো প্ৰায় একেই।
পঞ্জাৱৰ এইগৰাকী কণ্ঠশিল্পীৰ ইচ্ছা ছলমান খানৰ লগত কাম কৰাৰ। ইতিমধ্যে তেওঁ ছলমানৰ বাবে গান ৰেডী কৰি থৈছে।

Related Articles

Leave a Reply

Close