অসম

দক্ষিণ গাৰো পাহাৰত দুটা শক্তিশালী আই ই ডি উদ্ধাৰ

হাটশিঙিমাৰিৰ পৰা কবিৰ মণ্ডল, প্ৰথম খবৰ: মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰত দুটা শক্তিশালী আই ই ডি উদ্ধাৰ। চকপট এলেকাৰ পাহাৰীয়া গাঁও এখনত মেঘালয়া আৰক্ষীয়ে আই ই ডি দুটা উদ্ধাৰ কৰে। গাৰো উগ্ৰপন্থী জি এন এল এ সংগঠনে আই ই ডি দুটা সংস্থাপন কৰিছিল। গোপন সূত্ৰৰ আধাৰত আৰক্ষীয়ে উদ্ধাৰ কৰে। এসপ্তাহ পূৰ্বে গাঁওখনত আৰক্ষী জি এন এল এৰ গুলিয়াগুলি হৈছিল।

Related Articles

Leave a Reply

Close