অসম

দিখৌমুখ ভৰলুৱাৰ ধৰ্মপ্ৰাণ ব্যক্তি মণিৰাম শইকীয়াৰ মৃত্যু

দিখৌমুখৰ পৰা প্ৰণৱ খাটনিয়াৰ, প্ৰথম খবৰ: দিখৌমুখ ভৰলুৱা গাঁৱৰ নিবাসী এগৰাকী ধৰ্মপৰায়ন মৃদুভাষী ব্যক্তি মণিৰাম শইকীয়াৰ(৭২) আজি পুৱা প্ৰায় ৭.৪৫ বজাত নিজা বাসগৃহতে পৰলোকপ্ৰাপ্তি ঘটে৷ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ ব্যক্তি গৰাকী দীৰ্ঘদিন চিকিৎসাধীন অৱস্থাত আছিল৷

মৃত্যুৰ সময়ত প্ৰয়াত শইকীয়াই পত্নী সহ তিনিজন পুত্ৰ, দুগৰাকী বোৱাৰী আৰু নাতি-নাতিনী সহ পৰিয়াল স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে৷ ধৰ্মপ্ৰাণ ব্যক্তি জনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷

Related Articles

Leave a Reply

Close