অসম

নুমলীগড়ত সংঘটিত হ’ল চুৰিকাণ্ড

নুমলীগড়ৰ পৰা গৌৰীশংকৰ, প্ৰথম খবৰ: নুমলীগড় তেলনগৰৰ আদৰ্শ বিষ্ণুপুৰ আৰু সেউজীপাৰৰ দুটাকৈ নামঘৰত একেনিশাই সংঘটিত হয় চুৰিকাণ্ড। নামঘৰৰ পৰা সোন, ৰূপৰ ফুল, কাঁহৰ পাত্ৰৰ লগতে নগদ ধন লৈ উধাও চোৰৰ দ’লটো। একেনিশাই দুটাকৈ নামঘৰত সংঘটিত হোৱা চুৰিকাণ্ডৰ ফলত সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে।

Related Articles

Leave a Reply

Close