অসম

পুত্ৰৰ দাৰ ঘাপত আহত পিতৃ

সোণাপুৰৰ পৰা দীপক ডেকা, প্ৰথম খবৰ: সোণাপুৰ থানাৰ অন্তৰ্গত ডিগাৰু মৈৰাকুছিত পুত্ৰ দাৰ ঘাপ গুৰুতৰভাৱে আহত পিতৃ৷ জয়ধন দেউৰী(২৫) নামৰ যুৱকজনে নিচাৰ ৰাগিত মাতাল হৈ নিজ পিতৃ গহীন দেউৰীক চোকা দাৰে ঘপিয়াই দিয়ে। ফলত বাওহাতখন প্ৰায় ৮০% কটা খাই৷ আনফালে যুৱকজনৰ সোণাপুৰ আৰক্ষীয়ে আটক কৰি দা খন জব্দ কৰে৷

Related Articles

Leave a Reply

Close