অসম

পৃথক বড়োলেণ্ডৰ দাবীত আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ তামুলপুৰত সৰ্বাত্মক

প্ৰথম খবৰ, তামুলপুৰ: পৃথক বড়োলেণ্ডৰ দাবীত এবছুৱে আজি পুৱাৰে পৰা আহ্বান জনোৱা অসম বন্ধৰ ফলত তামুলপুৰ মহকুমাৰ জনজীৱন ব্যাহত হৈ পৰিছে।

মহকুমা সদৰ তামুলপুৰৰ মটঙাচ’ক, ঘগ্ৰাচ’ক, গৰেশ্বৰচ’ককে ধৰি মহকুমা সদৰৰ বুভিন্ন প্ৰান্তত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হৈছে। মহাকুমাটোৰ অন্তৰ্গত নাগ্ৰীজুলি, গুৱাবাৰী, দাৰঙামেলা, কুমাৰীকাটা, গান্ধীবাৰী, লাটিবাৰীকে ধৰি বৃহত্তৰ অঞ্চলটোত ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী বেচৰকাৰী কাৰ্যালয় আদি বন্ধ থকাৰ উপৰিও যান-বাহনৰ চলাচল বন্ধ থাকে।

Related Articles

Leave a Reply

Close