অসম

প্ৰথম খবৰৰ প্ৰশাসনিক বিষয়াৰ মাতৃৰ বিয়োগ

নিউজ ডেস্ক, প্ৰথম খবৰ : অসমৰ জনপ্ৰিয় ৱেব প’ৰ্টেল “প্ৰথম খবৰ”ৰ প্ৰশাসনিক বিষয়া জয়ন্ত শৰ্মাৰ মাতৃ কনকলতা শৰ্মাৰ পৰলোক প্ৰাপ্তি ঘটে। মহানগৰীৰ বেলতলা গোঁসাইবাৰী নিবাসী কনকলতা শৰ্মা বিগত কিছুদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল। কিছু সময় পূৰ্বে গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত এই ঘটনাটো সংঘটিত হয়।

প্ৰথম খবৰৰ পৰিয়ালবৰ্গই সমবেদনা জনাইছোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক।

Related Articles

Leave a Reply

Close