অসম

বিজনী প্ৰেছ ক্লাৱত ভূপেন হাজৰিকাৰ জন্মদিন পালন

বিজনীৰ পৰা মাচুম চৌধুৰী, প্ৰথম খবৰ: আজি বিজনী প্ৰেছ ক্লাৱত সূধাকণ্ঠ ড˚ ভূপেন হাজৰিকাৰ ৯১ সংখ্যক জন্মদিন পালন কৰা হয়। বিজনী প্ৰেছ ক্লাৱ আৰু বিজনী শাখা সাহিত্য সভাই এই কাৰ্যসূচী পালন কৰে আৰু সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনায়।

Related Articles

Leave a Reply

Close