অসম

বোকাখাতত বিদ্যুৎপৃষ্ঠ হৈ কিশোৰীৰ মৃত্যু

প্ৰথম খবৰ, বোকাখাত: বোকাখাতত বিদ্যুৎপৃষ্ঠ হৈ দীপা মাঝি (১৩) নামৰ কিশোৰীৰ মৃত্যু ৷ মৃত কিশোৰীৰ ঘৰ বোকাখাতৰ
কুমাৰনীআঁটিত। ঘৰৰ বেৰ মছি থকা অৱস্থাত বেৰত ওলমি থকা বিদ্যুতৰ তাঁৰত লাগি বিদ্যুৎপৃষ্ঠ হৈ আহত কিশোৰীগৰাকীক বোকাখাত চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় দীপা মাঝিৰ।

Related Articles

Leave a Reply

Close