
প্ৰথম খবৰ, মংগলদৈ/দেওমৰনৈ: দৰং জিলাৰ মংগলদৈ যুৱকে হাত কাটি চ’ছিয়েল মেডিয়াত জুবিন অনুৰাগীৰ বিস্ফোৰক ভিডিঅ’। সংগীত জগতৰ পৰা আতৰিব খোজা জুবিনক পুনৰ সংগীত জগতলৈ ঘুৰি অহাৰ কাৰণে কাটিলে নিজৰ হাত। দীপজ্যেতি ৰাজবংশী নামৰ মঙ্গলদৈৰ যুৱক এজনে এই বিস্ফোৰক ভিডিঅ’টো আপলোড কৰিলে ফেচবুকৰ নিজৰ প্ৰফাইলত।
ভিডিঅ’টোৱে মঙ্গলদৈৰ লগতে চ’ছিয়েল মেডিয়াত খলকনি তুলিছে।