অসম

মৰাণত চাফাই অভিযান

মৰাণৰ পৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ: মৰাণ সমষ্টিৰ বিধায়কৰ কাৰ্যালয়ৰ উদ্যোগত আজি মৰাণ নগৰৰ কিছু ঠাইত জাবৰ-জোথৰ চফা কৰোৱা হয়। বতৰৰ প্ৰতিকুল অৱস্থাৰ বাবে মূলপথৰ মেৰামতিৰ কাম আগ নবহা বিষয়টোও নিৰ্মাণ কোম্পানীৰ লগত আলোচনা কৰা হয়।

 

Related Articles

Leave a Reply

Close