অসম

মৰাণত মহিলাৰ মৃতদেহ উদ্ধাৰ

মৰাণৰ পৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ: মৰাণত মহিলা মৃতদেহ উদ্ধাৰকলৈ ব্যাপক চাঞ্চল্য। মৰাণ ১নং ডোমৰদলং পথাৰৰ মাজৰ এটা পুখুৰীত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা মহিলাগৰাকী উক্ত গাঁৱৰে ক্ষুদ্ৰ চাহ খেতিয়ক লোহিত খনিকৰৰ পত্নী নীলিমা খনিকৰ(৪০) বুলি চিনাক্ত কৰিছে ।

 

Related Articles

Leave a Reply

Close