অসম

মৰাণ ৰাজহ চক্ৰ অন্তৰ্গত ফ’ৰলেন কেলেংকাৰী চি বি আইৰ তদন্তৰ দাবী

প্ৰথম খবৰ, মৰাণ: মৰাণ ৰাজহ চক্ৰ অন্তৰ্গত ফৰলেন কেলেংকাৰী চি বি আইৰ তদন্তৰ দাবীত সন্মিলিত জনগোষ্টীয় ঐক্যমঞ্চৰ উদ্যোগত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট মৰাণ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত পালন কৰাৰ দৃশ্য, কাৰ্যসূচীত সহায়-সহযোগ আগবঢ়ায় বৃহত্তৰ অসমীয়া যুৱ-মঞ্চৰ মৰাণ আঞ্চলিক সমিতিয়ে ।

Related Articles

Leave a Reply

Close