অসমশীৰ্ষৰাষ্ট্ৰীয়

যুৱৰাজ সিঙৰ ৬টা ছয়ে দহ বছৰ সম্পূৰ্ণ কৰিলে

নিউজ ডেস্ক, প্ৰথম খবৰ: ২০০৭ চনৰ ১৯ ছেপ্টেম্বৰত ছাউথ আফ্ৰিকাত অনুষ্ঠিত হৈছিল ভাৰত আৰু ইংলেণ্ডৰ মাজত ২০-২০ ৱৰ্ল্ডকাপ। আজিৰ পৰা দহ বছৰ আগত এই দিনটোতে ভাৰতীয় ক্ৰিকেট দ’লটোৰ বেটছমেন যুৱৰাজ সিঙে এক অ’ভাৰত ছয়টা ৬ অৰ্থাৎ ৩৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

বিশ্বৰ ক্ৰিকেটৰ ইতিহাসত যুৱৰাজ সিঙৰ এই সফলতা চাৰি নম্বৰ স্থানত। আই চি চিৰ তৰফৰ পৰা এই শুভ দিনটোত যুৱৰাজ সিঙে শুভেচ্ছা জ্ঞাপন কৰে আই চি চিৰ কৰ্তৃপক্ষই।

Related Articles

Leave a Reply

Close