অসম

লামডিংত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, লামডিং: লামডিং I O C ৰ সমীপথত ৰেল লাইনৰ ওচৰত অচনাক্ত মৃত্যু দেহ উদ্ধাৰ।অৰ্ধগলীত অৱস্থাত উদ্ধাৰ অচিনাক্ত ব্যক্তিৰ মৃত্যু দেহ। ৰে’ল ট্ৰেইনৰ পৰা কোনো দুৰ্বৃত্ত পেলাই দিয়াৰ সন্দেহ স্থানীয় ৰাইজৰ। লামডিং ৰে’ল আৰক্ষী ঘটনাস্থলীত উপস্থিত।

Related Articles

Leave a Reply

Close