অসম

শিৱসাগৰত বিশেষভাৱে সক্ষম আৱাহিক অনুষ্ঠান কৌমুদায়লয়ৰ শিক্ষাগুৰুক দুই সংগঠনে জনালে সম্বৰ্ধনা

প্ৰথম খবৰ, শিৱসাগৰ: পৱিত্ৰ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আৰু কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত ৰংঘৰ চাৰিআলিস্থিত বিশেষভাৱে সক্ষম আৱাসিক অনুষ্ঠান কৌমুদালয়ৰ প্ৰাংগনত উদযাপন কৰা হৈছিল শিক্ষক দিৱস।

কোঁচ ৰাজবংশীৰ জিলা সভাপতি মৃণাল দত্তই আঁত ধৰা অনুষ্ঠানত কৌমুদালয়ৰ সৰ্বমুঠ ১৩ গৰাকী শিক্ষয়িত্ৰী তথা অনুষ্ঠানটোৰ তত্বাৱধায়ক ৰুণজুণ চুতীয়াক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Related Articles

Leave a Reply

Close