অসমশীৰ্ষ

সোণাপুৰত দুই নাবালিকাক কৰিলে দলবদ্ধ যৌন নিৰ্যাতন

সোণাপুৰৰ পৰা দীপক ডেকা, প্ৰথম খবৰ: সোণাপুৰৰ ১৩ মাইলত জঘন্য কাণ্ড। পাঁচ জন কৈ যুৱকে দুই নাবালিকাক কৰিলে দলবদ্ধ যৌন নিৰ্যাতন। বৃহস্পতিবাৰে এখন অটোত উঠাই নি নাবালিকাদ্বয়ক ওৰে নিশা চলাইছিল যৌন নিৰ্যাতন। ৰাইজে ধৰিলে এজন লম্পটক। ৰাহুল আলি নামৰ লম্পটটোক উত্তম মধ্যম দি সোণাপুৰ থানাত গতাই দিয়ে ৰাইজে। অন্য চাৰি লম্পট পলাতক।

Related Articles

Leave a Reply

Close