অসম

সোণাৰিত অচিনাক্ত বৃদ্ধাৰ মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, সোণাৰি: সোণাৰিত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ, তীব্ৰ চাঞ্চল্য। সোণাৰি নগৰৰ মাজ মজিয়াৰ মেজিক ষ্টেণ্ডৰ এখন ব্যৱসায় প্ৰতিষ্ঠানৰ বাৰাণ্ডাত বিজয়া দশমীৰ পুৱাই এগৰাকী বৃদ্ধাৰ মৃতদেহ উদ্ধাৰ হোৱাত নগৰ খনত উত্তেজনাৰ সৃষ্টি হৈছে। মৃত বৃদ্ধা গৰাকী মগনীয়া আছিল বুলি সন্দেহ কৰা হৈছে।

Related Articles

Leave a Reply

Close