অসমশীৰ্ষ

সোণাৰিত ভয়াৱহ পথ দুৰ্ঘটনা

প্ৰথম খবৰ, সোণাৰি: সোণাৰিত ভয়াৱহ পথ দুৰ্ঘটনাত এজন নিহত লগতে দুজন আহত হয়।বেঙেনাবাৰীত পথৰ কাষৰ বৈদ্যুতিক খুঁটাত মহতিয়াই ভয়াৱহ দুৰ্ঘটনাত পতিত হয় AR 02 5697নম্বৰৰ টাটা চুমুখন। নিহত আৰু আহত দুজন এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।

দুৰ্ঘটনা হোৱা গাড়ীখন অৰুণাচলৰ এন টি এল এল পি নামৰ পথ নিৰ্মাণ কোম্পানীৰ বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close