অসম

সোণাৰিত সৰু বৰ গাড়ী মালিক সন্থাৰ উদ্যোগত ৰক্তদান শিবিৰ

সোণাৰিৰ পৰা মিণ্টু সোণাৰি, প্ৰথম খবৰ: সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৯১ তম জন্ম দিৱসৰ লগত সংগতি ৰাখি সোণাৰিত সৰু বৰ গাড়ী মালিক সন্থাৰ উদ্যোগত আৰু চালক সন্থাৰ সহযোগত এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়।

মূলত সুধাকণ্ঠ গৰাকীৰ এই পৱিত্ৰ দিনটোৰ লগত সংগতি ৰাখি অসহায় বানাক্ৰান্ত ৰাইজৰ সহায়ৰ বাবেই ৰক্তদান শিবিৰ আয়োজিত কৰাৰ সমান্তৰালভাবে দিল্লীৰ গংগাৰাম চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা দেৱশিশু স্নিগ্ধৰাগ ভূঞাৰ বাবে যৎপৰনাস্তি সাহাৰ্যৰ্থে এই প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি উদ্যোগতা মণ্ডলীয়ে ‘প্ৰথম খবৰ’ক জানিবলৈ দিছে।

Related Articles

Leave a Reply

Close