অসম

ৰাজ্যৰ বিশিষ্ট সাংবাদিক ৰাধিকা মোহন ভাগৱতীৰ বিয়োগত শিৱসাগৰ প্রেছ কৰেছপণ্ডেন্টছ এছ’চিয়েছনৰ শোক প্ৰকাশ 

জাঁজীৰ পৰা ধ্রুৱজ্যোতি ভট্টাচাৰ্য, প্ৰথম খবৰ: অসমৰ সংবাদ জগতৰ মহীৰূহ, জ্যেষ্ঠ সাংবাদিক, দৈনিক অসম কাকতৰ সম্পাদক ৰাধিকা মোহন ভাগৱতীৰ বিয়োগত শিৱসাগৰ প্রেছ কৰেছপণ্ডেন্টছ এছ’চিয়েছনে গভীৰ শোক প্ৰকাশ কৰিছে। এছ’চিয়েছনৰ সভাপতি ধ্রুৱজ্যোতি ভট্টাচাৰ্য আৰু সম্পাদক শংকৰজ্যোতি শইকীয়াই ভাগৱতীৰ বিয়োগত অসমৰ সংবাদ জগত পিতৃহীন হোৱা বুলি মন্তব্য কৰিছে।

Related Articles

Leave a Reply

Close