অসমশীৰ্ষ

গুৱাহাটীত বীৰেন্দ্ৰ ছেহৱাগ

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি পুৱা গুৱাহাটীত উপস্থিত হয় ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগ। অলিম্পিয়ান অসম সন্তান শিৱ থাপাক সাক্ষাতৰ বাবে ক্ৰিকেটাৰজন অলিম্পিয়ানজনৰ বিৰুবাৰীৰ বাসগৃহত উপস্থিত হয়। শিৱৰ খৈলুৱৈ জীৱনৰ সমগ্ৰ সাক্ষাৎকাৰ ল’ব ছেহৱাগে।

Related Articles

Leave a Reply

Close