অসমশীৰ্ষ

বোকাখাতত গাড়ী চোৰ আটক

প্ৰথম খবৰ, বোকাখাত: বোকাখাত আৰক্ষীৰ সফলতা ৷ নম্বৰ প্লেট সলনি কৰি ক্ষেত্ৰীৰ টোপাটলীৰ পৰা AS 01 HC 5485 বলে’ৰ পিকআপ গাড়ীখন বোকাখাতত চালকসহ আৰক্ষীৰ দ্বাৰা জব্দ ৷ NL 01 L 9233 নম্বৰ লগাই ডিমাপুৰলৈ বিক্ৰীৰ বাবে নি থকা অৱস্থাত বোকাখাতত জব্দ ৷ ১ তাৰিখে পুৱতি নিশা টোপাতলীৰ পৰা গাড়ীচোৰ চক্ৰই চুৰি কৰি গাড়ীখনৰ কিছু সা-সৰঞ্জাম খুলি বিক্ৰী কৰিবৰ বাবে ডিমাপুৰলৈ নি থকা অৱস্থাত বোকাখাতত চালকসহ ধৰা পৰে । আটকাধিন চালক জনৰ নাম জেম্ছ বসুমতাৰী।

Related Articles

Leave a Reply

Close