অসম

গোলকগঞ্জত ধন দাবীক কেন্দ্ৰ কৰি উত্তাপ্ত পৰিস্থিতি

প্ৰথম খবৰ, গোলকগঞ্জ: ধুবুৰী জিলাৰ গোলকগঞ্জ বজাৰ স্থিত দত্ত ভাণ্ডাৰত ধন দাবীক কেন্দ্ৰ কৰি গোলকগঞ্জত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পাছত চি আৰ পি এফৰ লগতে গোলকগঞ্জ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিত নিয়ন্ত্ৰণ কৰে। এই মুহূৰ্তত ধন দাবীৰ বিৰুদ্ধে গোলকগঞ্জ ব্যৱসায়ী প্ৰতিষ্ঠানসমূহ বন্ধ আছে।

Related Articles

Leave a Reply

Close