অসমশীৰ্ষ

এবছুৰ ১২ ঘণ্টীয়া অসম বন্ধত স্তব্ধ ওৰাং

ওৰাঙৰ পৰা গোপাল নাথ, প্ৰথম খবৰ: পৃথক বড়োলেণ্ডৰ দাবীত এন ডি এফ বি (প্ৰ) আৰু পিপলছ জইন একচন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্টৰ সমৰ্থনত আজি ৰাতি পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ এবছুৱে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধত সম্পূৰ্ন স্তব্ধ হৈ পৰে ওদালগুৰি জিলাৰ ওৰাং।

ৰাতিপুৱা ভাগত প্ৰতিবাদকাৰীয়ে ওৰাঙৰ মাজমজিয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে “ন’ বড়ো লেণ্ড ন’ ৰেষ্ট” আদি শ্লো’ গান দিয়ে। বন্ধৰ সময়ছোৱাত ওৰাঙৰ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান, বেংক, দোকান-পোহৰ আদি বন্ধ থকাৰ লগতে যান-বাহনৰ চলাচল বন্ধ থাকে।

Related Articles

Leave a Reply

Close