অসম

কে পি এল টিৰ বিত্ত সচিবক আটক

হামৰেণৰ পৰা ৰেকিবুল ৰহমান, প্ৰথম খবৰ: কে পি এল টিৰ বিত্ত সচিব বিৰ্টন তেৰণ ওৰফে ৰ’কক নিশা বৈঠালাংছুৰ আৰক্ষীয়ে কাৰ্বি ৰংচপি গাঁৱৰ পৰা আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এই দুৰ্ধৰ্ষ কে পি এল টিৰ সচিবজনৰ পৰা এটা বন্দুক কৰায়ত্ত কৰে। আজি দুদিনৰ পৰাই এই সচিবজনে কাৰ্বি ৰংচপি আৰু কলঙা অঞ্চলত শূণ্যলৈ গুলিচালনা কৰি আহিছে।

 

Related Articles

Leave a Reply

Close